বৃহস্পতিবাৰৰ দিনাই হ’ব যোৰহাটত Unlock.

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীয়ে এক আতংকৰ সৃষ্টি কৰিছে ।যাৰ কাৰণে সাধাৰণ মানুহে এক বিপদসীমাৰ মাজেৰে নিজৰ জীৱনটোক চলাই নিবলৈ অৰিহণা যোগাইছে। আৰু ৰাজ্যৰ তিনিখন ঠাইত অতিকৈ কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছে,গুৱাহাটী মহানগৰীত, গোলাঘাট, আৰু বিশেষকৈ যোৰহাটত। গতিকে সোমবাৰৰ পৰাই গুৱাহাটী মহানগৰীত Unlock হৈছে যদিও চৰকাৰৰ নীতি নিৰ্দেশনা জাৰি কৰি সকলো ধৰনৰ দোকান পোহাৰ খুলিছে।                 আৰু তাৰ পিছতেই বৃহস্পতিবাৰৰ দিনাই হ’ব যোৰহাটত Unlock.আৰু চৰকাৰৰ নীতি নিৰ্দেশনাৰ মাজেৰে খোলা থাকিব দোকান পোহাৰ সমুহ।

Leave a Reply

Your email address will not be published. Required fields are marked *