বিশ্ববাসীলৈ NASAR সতৰ্কবাণী।

বিশ্ববাসীলৈ নাছাৰ সতৰ্কবাণী। কিয়নো পৃথিৱীমুখে আহি আছে লন্ডনস্থিত London Eye আকাৰতকৈ বৃহৎ গৃহ। আৰু এই গৃহৰ নামাকৰণ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ 2020 ND.                         আৰু এই গৃহ অহাৰ সময়সীমা হ’ল 24 জুলাই।প্ৰতি ছেকেণ্ডত ইয়াৰ গতিবেগ হ’ব প্ৰায় ১৩.৫ কিলোমিটাৰ। আৰু                                               প্ৰতিঘন্টাত ইয়াৰ প্ৰতিবেগ হ’ব প্ৰায় ৪৮ হাজাৰ কিলোমিটাৰ। গতিকে ৰাজ্যবাসীয়ে এইবাৰ বিভিন্ন প্ৰত্যেহনৰ মাজেৰে নিজৰ জীৱনটোক চলাই নিবলৈ অৰিহণা যোগাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *