বিশ্বকৰ্মা পূজা কৰা মহালয়াৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিলে কাছাৰ প্ৰশাসনে।

কৰোনা মহামাৰীৰ বাবে সমগ্ৰ ৰাজ্যখনত এক ভয়াবহতাৰ ৰুপ ধাৰণ কৰিছে। আৰু তাৰ বিপৰীতে কাছাৰ প্ৰশাসনে এক বিশেষ ব্যবস্থা গ্ৰহণ কৰিছে। বিশ্বকৰ্মা পূজা আৰু মহালয়াৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিলে কাছাৰ প্ৰশাসনে।১৬ ছেপ্টেম্বৰ পৰা ১৮ ছেপ্টেম্বৰ তাৰিখলৈ থাকিব এই নিৰ্দেশনা। কোনো ব্যক্তিয়ে মাৰ্ক্স পৰিধান নকৰাকৈ বাহিৰত যাব নোৱাৰিব।বাট- ৰাস্তাত তিনি জনৰ বাহিৰে গোট মাৰিব নোৱাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *