বিমান যাত্ৰীসকলৰ বাবে সলনি কৰা হ’ব কোৰাইটান চেন্টাৰ।

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।                             আৰু আজিৰ দিনটোতে স্বাস্থ্য বিভাগৰ পৰা নতুনকৈ ঘোষিত কৰা হ’ল অসমৰ বাহিৰৰ পৰা বিমানলৈ অহা যাত্ৰীসকলৰ। কিছু পৰিমাণে সলনি কৰিলে কোৰাইনটান চেন্টাৰৰ নিয়ম বাহিৰৰ পৰা বিমানলৈ অসমলৈ আহিলে যাত্ৰীসকলৰ লোৱা হ’ব Swab test, যদি যাত্ৰীসকলে ৭০ ঘন্টাৰ আগতেই নিজৰ ঘৰৰ স্থানলৈ যায় তেন্তে সেই যাত্ৰীসকলক কৰা নহয় কোৰাইনটাইন।

Leave a Reply

Your email address will not be published. Required fields are marked *