Site icon Assam Today

বানপানীৰ বাবে সাহায্যৰ হাত আগবঢ়ালে Dimpu Baruah.

অসমত বৰ্তমান সময়ত মুঠ ২৬ জিলাত অতিকৈ বানপানীয়ে মানুহৰ অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে। যাৰ কাৰণে সাধাৰণ মানুহে এক বিপদসীমাৰ  মাজেৰে নিজৰ জীৱনটোক চলাই নিবলৈ অৰিহণা যোগাইছে। আৰু এই বানপানীত বিশেষকৈ কৃষকসকলৰ খেতি-বাতিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি, অসমৰ এগৰাকী অতি জনপ্ৰিয় Assamsese YouTuber হিচাপে স্থান অৰ্জন কৰা Dimpu Baruah ই তেওঁৰ Dimpu vlogs নামৰ Channel ৰ জৰিয়তে Charting stream ত Live কৰি বানপানীৰ সাহায্যৰ বাবে  টকা সংগ্ৰহ কৰি পাঠশালা নগৰৰ এখন বানাগ্ৰস্থ ঠাইত গৈ তেওঁ নিজে  প্ৰায় ৪৩ হাজাৰ টকা বানাগ্ৰস্থ পৰিয়ালক ঘৰে- ঘৰে গৈ প্ৰায় ১ হাজাৰকৈ দিব বুলি তেওঁ Video ৰ জৰিয়তে মন্তব্য কৰে।

Exit mobile version