Site icon Assam Today

বানপানীৰ তান্ডব পৰিস্থিতিৰ বাবে, বিহাৰত মৃত্যু হ’ল প্ৰায় ৬ গৰাকীকৈ লোকৰ।

সমগ্ৰ ৰাজ্যখনত বানপানীয়ে মানুহৰ এক অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে। আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে বানপানীৰ তান্ডব পৰিস্থিতিৰ বাবে বিহাৰত বানপানীৰ কবলত পৰি মৃত্যুমুখত পৰিবলগীয়া হ’ল প্ৰায় ৬  গৰাকীকৈ লোকৰ। আৰু এই বানপানীৰ কাৰণে সমগ্ৰ ৰাজ্যখনতে প্ৰায় ৫৫ লাখৰো অধিক মানুহৰ অনুৰ্বৰ ক্ষতিগ্ৰস্ত হৈছে। আৰু তাৰ পিছতেই দেখিবলৈ পোৱা যায় যে কেৰেলাত কিছুদিন ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত কেৰেলাৰ কিছু সংখ্যক ঠাইত বানপানীৰ পানী জমা হৈ ৰে’ল পথ আৰু তাৰ বিপৰীতে পৰিবহনৰ যাতায়ত মাধ্যম সূচনীয় হৈ পৰিছে। আৰু পৰবৰ্তী সময়ত বানপানীৰ তান্ডব পৰিস্থিতিৰ সৃষ্টি হ’লে জলবায়ু বিভাগৰ পৰা যাতায়তৰ ক্ষেত্ৰত এক বিশেষ ব্যবস্থা ল’ব বুলি তেওঁলোকে মন্তব্য আগবঢ়ায়।

Exit mobile version