Site icon Assam Today

বানপানীৰ কবলত ভাঙিল পাঠশালা সংযোগী পথ।

অসমত যেনেকৈ কৰোনা মহামাৰীয়ে সমগ্ৰ ৰাজ্যখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু তাৰ বিপৰীতে সমগ্ৰ ৰাজ্যখনত বানপানীয়ে মানুহৰ অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে। বৰপেটা জিলাৰ অন্তৰ্গত অসমৰ সকলতকৈ পৰিস্কাৰ পৰিস্থনতা গাওঁ নতুন বেলনাৰ যাতায়ত কৰা একমাত্ৰ পথ বানপানীৰ কবলত পৰি মথাউৰি ভাঙিলে। যাৰ কাৰণে বেলনাবাসীৰ সাধাৰন মানুহ চিন্তনীয় অবস্থাত পৰিবলগীয়া হৈছে, কিয়নো পাঠশালা নগৰলৈ যাবলগীয়া একমাত্ৰ সংযোগী পথ আছিল এই নতুন বেলনাৰ পথ। আৰু বিশেষকৈ মথাউৰি ভঙাৰ ফলত সাধাৰণ কৃষকৰ খেতি বাতি অতিকৈ ক্ষতিগ্ৰস্ত হৈছে বুলি কৃষকসকলে মন্তব্য আগবঢ়ালে।

Exit mobile version