Site icon Assam Today

বানপানীয়ে তান্ডব পৰিস্থিতিৰ সৃষ্টি কৰিলে Karnataka ত।

এফালে কৰোনা মহামাৰীৰ ব্যাপক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ বিপৰীতে সমগ্ৰ দেশখনতে বানপানীয়ে মানুহৰ এক অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে।                                                 বানপানীয়ে মানুহৰ এক অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে। আৰু যোৱা কেইটামান দিনত বানপানীৰ তান্ডব পৰিস্থিতি সুচল হৈছে যদিও ,কৰ্ণাটকত যোৱা কেইটামান দিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত যাতায়ত ব্যৱস্থা এক সুচনীয় অবস্থাৰ সৃষ্টি হৈছে। আৰু স্কুল কলেজসমুহ সমুহত বানপানীয়ে এক  প্ৰকাৰৰ অভাবনীয় অবস্থাৰ সৃষ্টি কৰিছে।

Exit mobile version