বানপানীয়ে উটুৱাই লৈ গ’ল এগৰাকী যুৱকক।

সমগ্ৰ ৰাজ্যখনতে এফালে কৰোনা মহামাৰীৰ আতংক আৰু তাৰ বিপৰীতে আন ফালে বানপানীৰ ভয়াবহৰ পৰিস্থিতি। বানপানীয়ে মানুহৰ অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে। আৰু বিশেষকৈ কৃষকসকলৰ খেতি- বাতিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছে। যোৱা কেইটামান দিনত বৰষুণৰ পৰিমাণ ক্ৰমশঃ বৃদ্ধি পোৱাত সমগ্ৰ ৰাজ্যখনত বানপানীয়ে মানুহৰ অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে। আৰু আজি বজালী মহকুমাৰ অন্তৰ্গত টুৰকুনিজানৰ বানপানীৰ কবলত পৰি উটুৱাই নিলে যোৰহাটত বসবাস কৰা নাম পৰাগ ভট্টাচাৰ্য্য এগৰাকী যুৱকক।দিনৰ প্ৰায় 12 মান বজাত এই ঘটনা সংঘটিত হৈছিল বুলি স্থানীয় মানুহে মন্তব্য আগবঢ়ালে। আৰু অবশেষত  NDRF বাহিনীয়ে আহি ল’ৰাজনৰ মৃত দেহ উদ্বাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *