Site icon Assam Today

বানপানীত মৃত্যু হ’ল ১৬, গৰাকীলোক । অসমত ক্ষতিগ্ৰস্ত আড়াই লক্ষ মানুহ।

অসমত বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত এক মহামাৰীৰ ব্যাপক ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ উপৰিও, এইবাৰ বানপানীৰ আকাঙশা যথেষ্ট বেছি হোৱা পৰিলক্ষিত হোৱা দেখা যায়। গতিকে,অসমত মুঠ ১৬ জিলাত ইতিমধ্যে বানপানীয়ে অনুৰ্বৰ তথা বূড় গৈ আছে। আৰু অসমত বানপানী হোৱাৰ ফলত প্ৰায় ২ লাক্ষ ৫৩ হাজাৰ মানুহৰ বাসভূমি তথা খেতি বাতিও ক্ষতিগ্ৰস্ত হৈছে। আৰু নতুনকৈ বানপানীত এজনৰ মৃত্যু হোৱাত মুঠ বানত মৃত্যু হয় ১৬  গৰাকী লোকৰ।                                         ৰাজ্যৰ ভিতৰতে, সৰ্বাধিক বানপানীত অতিকৈ ক্ষতিগ্ৰস্ত হোৱা , মুঠ জিলা ১৬ আৰু তাৰ ভিতৰতে বিশেষকৈ ক্ষতিগ্ৰস্ত হোৱা জিলাবোৰ ধেমাজি, মাজুলী, তিনিচুকীয়া, আৰু ডিব্ৰুগড়।                  আৰু ইতিমধ্যে জলসম্পদ বিভাগে মন্তব্য কৰিলে যে, ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ উপনদীসমূহ আৰু তাৰ পিছতেই শাখানদী বোৰ কেইবাটাও জিলাত বিপদসীমাৰ ওপৰেৰে বৈ গৈছে।যাৰ ফলত, ধেমাজি, মাজুলী, তিনিচুকীয়া বিশ্বনাধচাৰিআলি, বৰপেটা,উদালগুৰি, বাক্সা, নলবাৰী, কোকৰাঝাৰ, নগাঁৱ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আদি এইকেইখন জিলাত বিশেষকৈ বানপানীয়ে অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে।

Exit mobile version