Site icon Assam Today

বানপানীত মৃত্যু হল এগৰাকী প্ৰৰিশ্ৰয়ী তামোল বেপাৰীৰ।

অসমত বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত। সমগ্ৰ ৰাজ্যখনত পুনৰ আনলকৰ বিপৰীতে লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছে।তাৰ বিপৰীতে সমগ্ৰ ৰাজ্যখনত বানপানীয়ে অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে। আজি 29/06/2020 তাৰিখে ৰাজাঘাট নিবাসী নাম গোপাল যোষ, নামৰ এগৰাকী প্ৰৰিশ্ৰয়ী তামোল বেপাৰী‌য়ে তামোল কিনি অহাত কলবাৰী GP ৰ অন্তৰ্গত ঠাইত বানপানীৰ কবলত পৰি মৃত্যুমুখত পৰিবলগীয়া হয়। আৰু তেওঁৰ বয়স কমেও ৫৮ বছৰ হ’ব।

Exit mobile version