বাক্সা জিলাৰ বৰবাৰীত চাউল ভৰ্তি ট্ৰাক পৰিল খাৱৈত।

সমগ্ৰ ৰাজ্যখনে বানপৰিস্থিৰ বাবে এক হাহাকাৰ অবস্থাৰ সৃষ্টি হৈছে। আৰু অসম চৰকাৰৰ  বিভাগৰ পৰা বাক্সা জিলাৰ বৰবাৰীৰ নামৰ এখন ঠাইত সাধাৰণ মানুহৰ বাবে সুলভ মূল্যৰ চাউল লৈ অহাত চাউল ভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাত পৰিল খাৱৈত। আৰু ট্ৰাক খনত প্ৰায় 227 বেগ চাউল আছিল বুলি চালকৰ পৰা জনা যায়। আৰু এই চাউল দুখীয়া হিধাতিকাৰীৰ বাবে অনা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *