বলিউড জগতৰ আন এটা দুখবৰ।

বলিউড জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা হিচাপে স্থান অৰ্জন কৰা জয়দ্বীপ বুধবাৰে ৰাতি দেহৱসান ঘটে। আৰু তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য সংস্থাৰ পৰা জানিবলৈ পোৱা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *