Site icon Assam Today

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কৰোনা মহামাৰীৰ ৰোগত আক্ৰান্ত।

ৰাজ্যখনতে কৰোনা মহামাৰীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু তাৰ পিছতেই দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোতে কৰোনা মহামাৰীৰ ৰোগত আক্ৰান্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। আৰু মংগলবাৰে তেওঁক কভিড পৰীক্ষা কৰাৰ পিছতেই তেওঁ পজিটিব বুলি ধৰা পৰে। আৰু তেওঁ এই বাৰ্তা Twitter ত যোগেদি জনালে।

Exit mobile version