Site icon Assam Today

পুনৰ বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডে দৰি ললে ভাৰতীয় কৃষকক।

বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডে পুনৰ ধৰি নিলে দুই কৃষকক। ইয়াৰ আগতেও এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। মূৰশিদাবাদৰ ৰানিনঘৰে বামুনাবাদত ভাৰতীয় দুই কৃষকে ভূখণ্ডত খেতি কৰিছিল নয়ন শেখ আৰু শাইদূল ইচলাম। আৰু তেওঁলোকে খেতি বাতি কৰাত বাংলাদেশত লৈ যায় আটক কৰি ৰাখিছে বুলি অভিযোগ উত্থাপিত হৈছে। আৰু তেওঁলোকক ভাৰতীয় BSF‌‌ সেনা বাহিনী সকলে ভাৰতলৈ উভতি অনাত লিপ্ত হয়।

Exit mobile version