পাঠশালাৰ Over bridge ত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।

পাঠশালাৰ তালতলৰ Over bridge ত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুয়ো পক্ষৰ ট্ৰাকৰ মাজত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা য’ত গুৰুতৰ বাবে আহত হয় ট্ৰাক চালক আৰু আন এজনক বৰ্তমান সময়ত বৰপেটা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বৰ্তি কৰোৱা হৈছে বুলি জনা যায়। দুয়োপক্ষৰ ট্ৰাক চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ পিছতেই সংঘটিত হ’ল এই ভয়ংকৰ পথ দুৰ্ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *