Site icon Assam Today

পঞ্জাবৰ জেল বিভাগৰ মন্ত্ৰী Sukhvinder Singh Randhawa corona positive.

কৰোনা মহামাৰীয়ে সমগ্ৰ ৰাজ্যখনতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু ইয়াৰ প্ৰভাৱ তথা সংক্ৰমণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰু ইয়াৰ বিপৰীতে  দেখিবলৈ পোৱা যায় যে পঞ্জাবৰ জেল বিভাগৰ মন্ত্ৰী Shukhvindar singh Randhawa corona positive পোৱা গ’ল। কিয়নো পঞ্জাবৰ জেল বিভাগত পোনতে আৰু এজনৰ দেহত কৰোনা পজিটিড ধৰা পৰাৰ পিছতেই পঞ্জাবৰ জেল বিভাগৰ মন্ত্ৰী Shukhvindar singh Randhawa corona positive ধৰাত পৰিলে। আৰু তেওঁৰ শাৰীৰিক অব্যস্থা সূস্থ হোৱাত চিকিৎসালয়ত বৰ্তি কৰোৱা হৈছে।

Exit mobile version