Site icon Assam Today

নতুন কৈ বৃদ্ধি পালে কৰোনো ৰোগীৰ সংখ্যা।

অসমত বৰ্তমান সময়ত কৰোনো ভাইৰাছে মহামাৰীৰ ব্যাপক ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে। আৰু আজিৰ দিনটোত নতুনকৈ কৰোনা ৰোগীৰ সংখ্যা 12 জনলৈ বৃদ্ধি পালে বুলি মন্ত্ৰী হিমত্ন বিশ্ব শৰ্মাই জনালে, গতিকে তেওঁ অসম বাসীক জনালে যে সকলোৱে যাতে ঘৰৰপৰা প্ৰয়োজন নহ’লে বাহিৰত নাযায়। নতুনকৈ কৰোনা ৰোগীত আক্ৰান্ত হোৱা 12 গৰাকীৰ ভিতৰত 7গৰাকী ৰোগী নগাঁৱৰ। আৰু বাকী গৰাকী ৰোগী বৰপেটা জিলাৰ অন্তৰ্গত।                                      1/অসমত বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা 2393 গৰাকী।

2/ৰাজ্যত সম্প্ৰতি 2053 গৰাকী ৰোগী চিকিৎসধীন হৈ আছে।
3/সুস্থ হোৱা ৰোগীৰ সংখ্যা 636 গৰাকী।
4/ বিয়োগ তথা মৃত্যু হোৱা ৰোগীৰ সংখ্যা 04 গৰাকী।
Exit mobile version