Site icon Assam Today

নতুন কৈ কৰোনা ৰোগীত আক্ৰান্ত হল বৰপেটা থানাৰ 4 গৰাকী আৰক্ষী।

অসমত বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত, সমগ্ৰ ৰাজ্যখনত লকডাউনৰ সময় সীমা বৃদ্ধি কৰিলে। আৰু আজিৰ দিনটোত নতুনকৈ কৰোনা ৰোগত আক্ৰান্ত হ’ল বৰপেটা থানাৰ অন্তৰ্গত ৪ গৰাকী আৰক্ষী প্ৰশাসনিক বিষয়া। আৰু এই ঘটনাক লৈ সমগ্ৰ বৰপেটা বাসীয়ে গভীৰভাৱে মনোনিৱেশ কৰিছে। ৪   গৰাকী আৰক্ষী প্ৰশাসনিক বিষয়া সকল কৰোনা ৰোগীত আক্ৰান্ত হোৱা বুলি জন সঙযুগ বিষয়া সকলে মন্তব্য কৰিলে। আক্ৰান্ত হোৱা আৰক্ষী প্ৰশাসনিক বিষয়া সকল হৈছে, জিলেশ্বৰ দাস,অনন্ত দাস,গনেশ দাস আৰু আৰক্ষী প্ৰশাসনিক বিষয়া সকলৰ গাড়ীচালক বিপুল মছাশাৰী।

Exit mobile version