Site icon Assam Today

নতুনকৈ নামভৰ্তি চলিব বিশ্ববিদ্যালয়ত। HS First year students admission in university.

অসমত বৰ্তমান সময় অতি এক জটিল সময়ৰ মাজেদি অতিবাহিত হৈ আছে। কিয়নো আমাৰ তথা আন ৰাজ্যখনতো কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। য’ত কেন্দ্ৰীয় চৰকাৰৰ লগত ৰাজ্যিক চৰকাৰে ৰাজ্যত  লকডাউনৰ সময় সীমা বৃদ্ধি কৰি দিছে। যাৰ ফলত আমাৰ তথা শিক্ষাৰ্থী সকলৰ জীৱনৰ মাজত এক অপৰিহাৰ্য্য শিক্ষাৰ মাধ্যমত ক্ষতিকাৰক হৈছে। গতিকে অসমৰ স্বাস্থ্য মন্ত্ৰী ডঁ হিমন্ত বিশ্ব শৰ্মা জনালে যে অসমৰ তিনি খন বিশ্ববিদ্যালয়ত  এইবাৰ নতুনকৈ নামভৰ্তি চলিব। বজালী অঞ্চলত স্থাপিত ভট্টদেব বিশ্ববিদ্যালয়।ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় আৰু মাধবদেব বিশ্ববিদ্যালয়ত চলিত বৰ্ষত বিশেষ ব্যবস্থা হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি দিয়া হ’ব বুলি মন্ত্ৰীয়ে মত্নব কৰিলে।

Exit mobile version