দুলিয়াজানত ঘৰুৱা সংযোজিত গেছ পৰিবাহী লাইনত লিকেজ।

দুলিয়াজানত ঘৰুৱা সংযোজিত গেছ পৰিবাহী লাইনত লিকেজ। য’ত গুৰুতৰ বাবে অগ্নিদগ্ধ হয়  পৰিয়াল এগৰাকীৰ  যুৱক। দুলিয়াজানত ভয়ংকৰ ঘটনা। ঘৰুৱা সংযোজিত গেছ পৰিবাহী লাইনত লিকেজ। তৈলনগৰী বিজয় বৰা নামৰ এগৰাকী ব্যক্তিৰ ঘৰত ১৫ ছেপ্টেম্বৰ তাৰিখে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। আৰু এই অগ্নিকাণ্ডত অতি গুৰুতৰ বাবে আহত হয় পৰিয়াল এগৰাকীৰ যুৱক।

Leave a Reply

Your email address will not be published. Required fields are marked *