Site icon Assam Today

দুদিনৰ বাবে মুকলি কৰিলে আন্তঃজিলা যাতায়ত ব্যৱস্থা।

সমগ্ৰ ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ কৰিলে, দুদিনৰ বাবে মুকলি  কৰা হ’ব আন্তঃজিলা যাতায়ত ব্যৱস্থাৰ। আৰু এই যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা জাৰি কৰিহে চলিব পাৰিব,প্ৰায় এটা বাছত ৫০ শতাংশই  যাত্ৰীলৈ যাতায়ত কৰিব পাৰিব। আৰু এই যাতায়ত ব্যৱস্থা এক জিলাৰ পৰা অন্য জিলালৈ অহা-যোৱা কৰিব পাৰিব। আৰু যাতায়ত পৰিবহণ নিগমৰ অধীনত নিৰ্দেশ মৰ্মে আৰু স্বাস্থ্য বিভাগৰ পৰা নিৰ্দেশ কৰা নীতি নিৰ্দেশনাৰ মাজেৰে চলিব দুদিনকৈ এই যাতায়ত ব্যৱস্থা।

Exit mobile version