তিনিচুকীয়াৰ বাঘজনিসহতত তৈলক্ষেত্ৰৰ দূৰ্ঘটনাক লৈ ফোন‌যোগে বাৰ্তা লাভ কৰিলে মুখ্যমন্ত্ৰীয়ে।

অসমত বৰ্তমান যেনেকৈ covid19 possitive ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে।আৰু ঠিক  তাৰ বিপৰীত দিশতে অসমত বানপানীয়ে কৃষকৰ খেতি বাতিও নষ্ট কৰিছে। আৰু তিনিচুকীয়াত হোৱা তৈলক্ষেত্ৰৰ দূৰ্ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজিৰ দিনটোত মাননীয় কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী শ্ৰী ধযেন্দৃ প্ৰধান ডাঙৰীয়াৰ লগত  মুখ্যমন্ত্ৰীয়ে  ফোনযোগে  আলোচনা তথা বাৰ্তা লাভ কৰে। আৰু তিনিচুকীয়াৰ দূৰ্ঘটনা হোৱা পৰিয়ালৰ ঘৰটোত  আৰ্থিক সাহায্য প্ৰধান কৰিবলৈ অনুৰোধ জনালে। আৰু এই দূৰ্ঘটনাক লৈ  তথা পৰিস্থিতিখনক লৈ মন্ত্ৰী সোনোৱালে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি দিল্লীৰ পৰা এগৰাকী যুটীয়া সচিব আলোচনা কৰে। আৰু ছিংগাপুৰৰ এগৰাকী আত্ন:ৰাষ্ট্ৰীয় বিশেষ্যক দূৰ্ঘটনাগ্ৰস্ত ঠাইলৈকে যাবলৈ দিয়ে বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্ত্ৰী সোনোৱালে মন্তব্য কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *