ডিব্ৰুগড়ৰ আমোলাপট্টিৰ লালুকা গাঁৱত দুৰ্ঘটনা।

সমগ্ৰ ৰাজ্যখনতে বানপানীয়ে মানুহৰ এক অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে। আৰু যোৱা কেইটামান দিনত নেৰা নেপেৰা বৰষুণৰ ফলত যাতায়ত ব্যৱস্থা এক সুচনীয় অবস্থাৰ সৃষ্টি হৈছে।                                   ডিব্ৰুগড়ৰ আমোলাপট্টিৰ লালুকা গাঁৱত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ল কিয়নো নেৰা নেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড়ৰ আমোলাপট্টিৰ লালুকা গাঁৱৰ পথ এক সুচনীয় অবস্থা হোৱাৰ বাবে আৰু নলাৰ পানী বাগৰি অহাত পুখুৰীত পৰিল চালকসহ এজন আৰক্ষী। আৰু তেওঁলোকক গাঁৱৰ সাধাৰণ মানুহে ৰচিৰ সহায়ত উদ্ধাৰ কৰে, আৰু পৰবৰ্তী সময়ত ৰচিৰ সহায়ত চাৰিচকীয়া বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *