টকাৰ বিনিময়ত সূশান্ত সিং ৰাজপুতৰ ছবি নেগেটিভ ৰিভিউ লিখিছিল সমালোচক সকলে।

সুশান্ত সিং ৰাজপুত বলিউড‌ জগতৰ এগৰাকী উল্লেখযোগ্য অভিনেতা হিচাপে চিহ্নিত আছিল। তেওঁৰ মৃত্যু হোৱাৰ পিছত , তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জনা হোৱা নাই। গতিকে তাৰ বাবে CBI ক তদন্ত চলাই নিবলৈ অৰিহণা যোগাইছে। আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনিক বিষয়া সকলে মন্তব্য কৰিছে যে সুশান্ত সিং ৰাজপুতে আত্মঘাতী অবস্থাত আছিল। আৰু আৰক্ষী প্ৰশাসনিক বিষয়া সকলে মন্তব্য কৰিলে যে 34 গৰাকী লোকক সুদা পুচা কৰি আছে। আৰু সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ পৰা যনা যায় যে, বিশেষকৈ বলিউড জগতৰ কেইগৰাকী তাৰকাক সুদা পুচা কৰিবলৈ আৰক্ষী প্ৰশাসনিক বিষয়া মন্তব্য কৰিলে।             আৰু বহু সময়ৰ পৰা জনা গৈছে যে সুশান্ত সিং ৰাজপুতৰ ছবি পেইড  ৰিউবিউতে সমালোচকসকলে নেগেঠিব বুলি মন্তব্য কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *