Site icon Assam Today

ছেপ্টেম্বৰ মাহত পৰ্যায়ক্ৰমে খুলিব স্কুল,কলেজসমুহ ।

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীৰ ব্যাপক পৰিস্থিতিৰ কাৰণে, সমগ্ৰ ৰাজ্যখন এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।যাৰ কাৰণে দেশখনৰ লগতে ৰাজ্যসমূহত লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছে। যাৰ ফলত বহুত সাধাৰণ জনগণৰ এক সুচনীয় অবস্থাৰ সৃষ্টি হৈছে।আৰু বিপৰীতে বিশেষকৈ ইয়াৰ প্ৰভাৱ শিক্ষা ব্যৱস্থাত বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ,যাৰ কাৰণে স্কুল কলেজসমুহ বন্ধ ৰাখিবলগীয়া হৈছে। আৰু বৰ্তমান সময়ৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কেন্দ্ৰীয় চৰকাৰে বিভিন্ন প্ৰান্তৰ বিভিন্ন স্কুল কলেজসমুহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু অহা ছেপ্টেম্বৰ মাহত পৰ্যায়ক্ৰমে খোলা থাকিব স্কুল কলেজসমুহ।

 
Exit mobile version