Site icon Assam Today

চাংসাৰিৰ এখন ব্যতিক্ৰমী ক’ভিড চেন্টাৰ।

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে চাংসাৰিত এক ব্যতিক্ৰমী হিচাপে স্থাপন কৰা হৈছে ক’ভিড চেন্টাৰ। আৰু এই চেন্টাৰত কৰোনা ৰোগত আক্ৰান্ত হোৱা লোকসকলক শাৰীৰিক আৰু মানসিক অৱস্থা বিকশিত কৰিবৰ বাবে বিভিন্ন ধৰণৰ যোগ, ব্যায়ামৰ লগতে বিভিন্ন গীত নৃত্যৰ মাজেদি কৰোনা ৰোগীক আনন্দিত প্ৰদান কৰে। আৰু তেওঁলোকক অতিকৈ এইবোৰৰ জৰিয়তে মনোবল বৃদ্ধি কৰে।

Exit mobile version