গুৱাহাটী মহানগৰীত পুনৰ এসপ্তাহৰ বাবে লকডাউন।

অসমত বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত, অসমৰ মুঠ ৩ খন জিলাত ৰেড-জোন এলাৰ্ট ঘোষণা কৰিছিল। গোলাঘাট, যোৰহাট আৰু বিশেষকৈ গুৱাহাটী মহানগৰীত। আৰু গুৱাহাটী মহানগৰীত কৰোনা মহামাৰীৰ সংখ্যা বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰে গুৱাহাটী মহানগৰীত মুঠ 14 দিনৰ বাবে লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছিল। কিন্তু বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত পুনৰ গুৱাহাটী মহানগৰীত এসপ্তাহৰ বাবে লকডাউনৰ সময় সীমা ঘোষণা কৰিলে। অসমৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে যে গুৱাহাটী মহানগৰীত কৰোনা মহামাৰীৰ ব্যাপক ৰূপ লাহে-লাহে স্বাভাৱিক অবস্থালৈ ঘূৰি আহিব বুলি স্বাস্থ্য বিভাগৰ পৰা জনা যায়। আৰু গুৱাহাটী মহানগৰীৰ নাগৰিকবিভাগৰ পৰা জনা যায় যে গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে লকডাউন হ’ব লাগে, কিন্তু মূখ্যসচিপ আৰু স্বাস্থ্য বিভাগৰ পৰা গুৱাহাটী মহানগৰীত পুনৰ এসপ্তাহৰ বাবে লকডাউন হ’ব লাগে বুলি  মন্তব্য আগবঢ়ালে।

One thought on “গুৱাহাটী মহানগৰীত পুনৰ এসপ্তাহৰ বাবে লকডাউন।

Leave a Reply

Your email address will not be published. Required fields are marked *