গুৱাহাটীৰ মাজেৰে মেঘালয়ৰ পৰা অবৈথভাৱে সৰবৰা কাঠ।

গুৱাহাটীৰ মাজেৰে মেঘালয়ৰ পৰা অবৈথভাৱে সৰবৰা কৰা হয় কাঠ আৰু তাৰ লগতে কয়লা,শিল,বালিৰ লগতে অবৈথভাৱে সৰবৰা কৰে কাঠ। আৰু তাৰ পিছতেই বশিষ্ঠ থানাৰ আৰক্ষী প্ৰশাসনিক বিষয়া সকলে অভাৰলোট অবৈথ কাঠ জব্দ কৰিবলৈ সক্ষম হয়। আৰু এনে কাৰ্য বছৰ বছৰ ধৰি চলি আহিছে, কিন্তু শনিবাৰৰ নিশাতে  বশিষ্ঠ থানাৰ আৰক্ষী প্ৰশাসনিক বিষয়া সকলে অভাৰলোট অবৈথ কাঠ থকা চাৰিখন গাড়ী জব্দ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *