Site icon Assam Today

কৰোনা সন্দৰ্ভত কি পৰামৰ্শ আগবঢ়ালে বলিউড জগতৰ জনপ্ৰিয় অভিনেতা Dharmendra Deol য়ে।

কৰোনা মহামাৰীয়ে সমগ্ৰ ৰাজ্যখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে। আৰু এই মহামাৰীত বহুতো মানুহৰ মৃত্যু হোৱাত পৰিলক্ষিত হোৱা দেখা গৈছে।এই কৰোনা মহামাৰীৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বলিউড জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা Dharmendra Deol. আৰু তেওঁ মন্তব্য কৰিছে যে এই মহামাৰীৰ কোনা ঔষধ নাই আৰু আমি সকলোৱে ইয়াৰ প্ৰতি সজাগ হৈ থাকিলে হে আমাৰ মাজত কৰোনা মহামাৰীয়ে বিয়পিব নোৱাৰে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ মন্তব্য কৰিছে যে সকলোৱে যাতে ঘনে- ঘনে নিজৰ 

হাত দুখন পৰিস্কাৰ পৰিস্থনতা কৰি ৰাখে। আৰু সকলোৱে যাতে লকডাউন মানি চলে।
Exit mobile version