Site icon Assam Today

কৰোনা মহামাৰীৰ বিপৰীতে ডিব্ৰুগড় মহাবিদ্যালয়ত সংঘটিত হ’ল চুৰি কান্ড।

কৰোনা মহামাৰীৰ কাৰণে সমগ্ৰ ৰাজ্যখনত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু যাৰ কাৰণে বহুতে ঠাইত কৰোনা মহামাৰীৰ Quarantine Centre বলাবলৈ যত্ন কৰিছে।                               আৰু  পিছতেই ডিব্ৰুগড় মহাবিদ্যালয়ত এই Quarantine শীবিৰ বনাইছিল। আৰু যাৰ কাৰণে মহাবিদ্যালয়নত থকা শিক্ষাৰ্থী সকলে নিজৰ ঘৰলৈ যাবলগীয়া হয়। আৰু সেই সুযোগতে চুৰে, ছাত্ৰী আৱাহৰ অধীক্ষৰ কোঠাত চুৰ

 চুৰি কান্ড সংঘটিত কৰে। আৰু কোঠাত থকা শিক্ষাৰ্থীসকলৰ লগতে অধীক্ষকৰ Laptop, টকা পইচা আৰু বিভিন্ন বস্তু নিবলৈ সক্ষম হয়। আৰু কোঠাত থকা প্ৰায় 1 লাখ 50 হাজাৰ টকা নিবলৈ সক্ষম হয়। আৰু এই মহাবিদ্যালয় খন May মাহৰ পৰাই Quarantine Centre হিচাপে ৰখা হৈছিল। আৰু তাৰ সুযোগতে চুৰে চুৰি কান্ড সংঘটিত কৰে।
Exit mobile version