কৰোনা মহামাৰীৰ কাৰনে স্থগিত ৰাখিলে Ram Mandir ৰ ভূমি পূজা।

সমগ্ৰ দেশখনতে কৰোনা মহামাৰীৰ কাৰনে এক আতংকৰ সৃষ্টি হৈছে। আৰু কৰোনা মহামাৰীৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।       গতিকে High court ৰ নিৰ্দেশ মৰ্মে Ram Mandirৰ কাম আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। কিন্তু কৰোনা মহামাৰীৰ ব্যাপক পৰিস্থিতিৰ কাৰণে AIIMIM ৰ সাংসদে স্থগিত ৰাখিলে Ram Mandir ৰ ভূমি পূজাৰ উপৰিও ৰাম মন্দিৰৰ সম্পূৰ্ণ  কাম কাজ স্থগিত ৰাখিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *