Site icon Assam Today

কৰোনা ভাইৰাছক দেবতা ৰূপ পূজা অৰ্চনা কৰিলে জলপাইগুৰিৰ একাংশ মহিলাই।

আমাৰ পৃথিৱীখন আজিৰ যুগত আধুনিক হ’বলৈ ধৰিছে। কিন্তু আমি পূৰ্বতে বিশ্বাস কৰা অন্ধ বিশ্বাস আৰু কু সংস্কাৰ বিশ্বাস কৰি নিজৰ জীৱনটোক অন্ধকাৰত কটায় আছোঁ। আৰু এই কু সংস্কাৰ, পৰবৰ্ত্তী সময়চোৱাত আমাৰ সামাজিক ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে। আৰু তাৰে এখন ঘটনা আজি অসমৰ জলপাইগুৰিৰ একাংশ মহিলাই কৰোনা ভাইৰাছক দেবতা ৰূপত পূজা অৰ্চনা কৰিলে।                                                                                                                                                              সমগ্ৰ ৰাজ্যখনৰ বিজ্ঞানীয়ে কৰোনা ভাইৰাছৰ প্ৰতিশেৱকৰ কাৰনে  ঔষধৰ সন্দানত আছে। আৰু এই কু সংস্কাৰ তথা অন্ধ বিশ্বাসে আজি বিজ্ঞানৰ প্ৰতি থকা এক গভীৰ ভাবক বিপৰীত দিশত টানি নিবলৈ অৰিহণা যোগাইছিল।                                                                                          আৰু অসমৰ এনে এক গুৰুত্বপূৰ্ণ ঘটনাই মানুহৰ মনত মাজত এক তাজ্জব পৰিস্থিতিৰ সৃষ্টি কৰিছে। মুক্ত পথাৰখনত ৰাতিপুৱা , জলপাইগুৰি জিলাৰ অন্তৰ্গত এখন ঘুমটী নামৰ ঠাইত একাংশ মহিলাই কৰোনা ভাইৰাছক দেবতা ৰূপত পূজা অৰ্চনা ধূপ, দ্বীপ আদি প্ৰজ্বলন কৰিলে। আৰু পূজাৰ শেষত তেওঁলোকে মন্তব্য কৰিলে যে এই পূজাত সকলোৱে ভাইৰাছৰ পৰা মুক্ত পাব বুলি তেওঁলোকে জনালে।

Exit mobile version