Site icon Assam Today

কৰোনা প্ৰতিৰোধৰ বাবে বনালে Biscuits.

সমগ্ৰ ৰাজ্যখনতে কৰোনা মহামাৰীয়ে এক আতংকৰ সৃষ্টি কৰিছে। আৰু কৰোনা ৰোগীৰ  সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হবলৈ ধৰিছে।              কৰোনা মহামাৰীৰ বাবে মানব দেহত অতিকৈ প্ৰয়োজনীয় বস্ত হৈছে Immunity, Vitamins A,c আৰু D, গতিকে তাৰে প্ৰতি লক্ষ্য ৰাখি Kashmir ৰ Sreenagar নামৰ এখন ঠাইৰ মহিলা নাম Miss Asma Khatun তেওঁ কৰোনা প্ৰতিশোধকৰ বিপৰীতে এক আজব পদক্ষেপ গ্ৰহণ কৰিছে,কিয়নো তেওঁ কৰোনা প্ৰতিশোধকৰ বাবে মানুহৰ বাবে Immunity Vitamins আদিকে ধৰি ভৰাবলৈ immunity Booster Biscuits বনাবলৈ সক্ষম হৈছে। আৰু এই Biscuits অতি সোনকালেই বজাৰত মুকলি কৰা হ’ব বুলি জনালে।

Exit mobile version