Site icon Assam Today

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিল পোৱালি সহ এশিঙীয়া গঁড়।

অসমত এইবাৰ বানপানীৰ আকাঙশা যথেষ্ট পৰিমাণে বেছি পৰিলক্ষিত হোৱা দেখা যায়। আৰু অসমত বানপানীয়ে অনুৰ্বৰ কৃষকৰ  যথেষ্টসংখ্যক ক্ষতিগ্ৰস্ত হৈছে,যাৰ কাৰণে অধিক লোক নিজৰ জীৱনটোক কোনো আশ্ৰয়সিবীৰত আশ্ৰয় লবলগীয়া হয়।অসমত মুঠ 16 খন জিলাত বানপানীয়ে অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে। আৰু ইয়াৰ প্ৰভাৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো অতিকৈ ক্ষতিগ্ৰস্ত হৈছে।যাৰ কাৰণে উদ্যানখনত থকা জীৱ- জন্তু সমূহ খাদ্যৰ সন্ধানত বাহিৰলৈ ওলাই আহিছিল।আৰু বানপানীৰ কবলত পৰি মৃত্যুমুখত পৰিবলগীয়া হৈছিল উদ্যানৰ এশিঙিয়া গঁড়। আৰু আজিৰ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত  ৰাষ্ট্ৰীয় ঘাইপথত পোৱালি সহ এশিঙীয়া গঁড় ওলাই আহিল।

 
Exit mobile version