কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ বান পৰিস্থিতি।

অসমত এইবাৰ বানপানীৰ কবলত পৰি বহুতো মানুহৰ অনুৰ্বৰ ক্ষতিগ্ৰস্ত হৈছে। আৰু বিশেষকৈ কৃষকসকলৰ খেতি-বাতিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। আৰু বানপানীৰ ভয়াবহ পৰিস্থিতিৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়, আৰু যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনত থকা জীৱ-জন্তু সমূহৰ মাজত হাহাকাৰ অবস্থা সন্মুখীন হ’বলগীয়া হয়। আৰু প্ৰায় 200 টাকৈ বনশিবিৰ পানীৰ তলত বুড যায়। আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে প্ৰায় 6 টাকৈ স্থানেৰে বানপানীৰ পানী বাগৰিছে। আৰু তাৰ পিছতেই ডীমু আৰক্ষী প্ৰশাসনিক বিষয়া সকলে লঘু যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষিদ্ধ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *