কভিড চিকিৎসালয়ত ICU ত জুই।

বদোদৰাৰ এখন কভিড চিকিৎসালয়ত সংঘটিত হ’ল এক ভয়ংকৰ পৰিস্থিতি। কিয়নো দেওবাৰৰ সন্ধিয়াৰ সময়তে হঠাতে কৰোনা ৰোগত আক্ৰান্ত হোৱা এজন ব্যক্তিৰ বেন্টিলেটৰত লাগিলে জুই।  আৰু কভিড চিকিৎসালয়ত ICU ত লাগিলে জুই। আৰু তাৰ পিছতেই চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ মাজত সৃষ্টি হ’ল হোৱাদোৱা পৰিস্থিতি।

Leave a Reply

Your email address will not be published. Required fields are marked *