Site icon Assam Today

কঠালৰ সোৱাদ ল’লে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী Aimee Baruah.

আমাৰ ৰাজ্যখনত কৰোনা মহামাৰীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী Aimee Baruah ই নিজৰ ঘৰতে দুপৰীয়াৰ সময়ত কঠালৰ সোৱাদ ল’বলৈ ধৰিছে। আৰু তেওঁ Tweeter ত উল্লেখ কৰিছে যে এই সময়ছোৱাত কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সহায় কৰা শৰীৰৰ immunity বৰোৱাৰ বাবে কঠালৰ গুটি অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু ইয়াৰ বিষয়বস্তু হিচাপে বহুতো কথা দাঙি ধ

Exit mobile version