Site icon Assam Today

আত্মহত্যা কৰিলে Bhojpuri cinema জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী।

বলিউড জগতৰ কেইগৰাকী মান তাৰকা আত্মহত্যা কৰাৰ পিছতেই আজি Bhojpuri cinema জগতৰ এগৰাকী অতি জনপ্ৰিয়তা অৰ্জন কৰা অভিনেতা নাম Anupama pathak নামৰ অভিনেত্ৰী জনীয়ে আৰক্ষী প্ৰশাসনিক বিষয়া সকলৰ মন্তব্য অনুসৰি অভিনেত্ৰীৰ স্বামী ঘৰৰ পৰা  যোৱাৰ পিছতেই মুম্বাইৰ মায়ানগৰীত নিজৰ ঘৰতে আত্মহত্যা কৰে।

Exit mobile version