Site icon Assam Today

আত্মহত্যা কৰিলে কানাডা টি-বি এক্টৰস সুশিল গোওডা নামৰ সাংবাদিক গৰাকী।

 বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত, সমগ্ৰ ৰাজ্যখনে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু তথাকথিত বাবে ৰাজ্যখনত অতি দ্ৰুতগতিত ইয়াৰ প্ৰভাৱ পেলাইছে। গতিকে সমগ্ৰ ৰাজ্যখনে এক বিপৰীত দিশত যুঁজ দি আছে।                                           ৰাজ্যখনত এইবাৰ এক নতুন যুগৰ সূচনা হৈছে, এফালে কৰোনা মহামাৰীৰ ব্যাপক পৰিস্থিতি আৰু আন ফালে বলিউড জগতৰ কেইগৰাকী মান অতি জনপ্ৰিয় অভিনেতা সকলে আমাৰ মাজৰ পৰা চিৰ বিদায় ল’লে। ৰিসি কাপোৰ,সুশান্ত সিং ৰাজপুত আৰু যোৱাকালি বুধবাৰে ৰাতি বলিউড জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা হিচাপে স্থান অৰ্জন কৰা জয়দ্বীপ ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। আৰু আজি কানাডা টি- বি এক্টৰস সুশিল গোওডা নামৰ এগৰাকী অভিনেতা আৰু তাৰ লগতে তেওঁ Fitness, Actors ত কাম কৰিছিল। আৰু তেওঁ আজি নিজকে আত্মহত্যা কৰিলে। আৰু তেওঁৰ আত্মহত্যাৰ কাৰণ এতিয়াও জনা হোৱা নাই।

Exit mobile version