Site icon Assam Today

আজিৰে পৰা খোল খাব গুৱাহাটী মহানগৰীৰ Resturant সমুহ।

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত, বিশেষকৈ গুৱাহাটী মহানগৰীত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত পুনৰ লকডাউনৰ সময় সীমা এসপ্তাহৰ বাবে নিৰ্ধাৰিত কৰিছিল। আৰু তাৰ পিছতেই সোমবাৰৰ পৰাই গুৱাহাটী মহানগৰীত  Unlock কৰিছে কিন্তু চৰকাৰৰ নীতি নিৰ্দেশনা জাৰি পালন কৰিহে দোকান পোহাৰ সমুহ খুলিব পাৰে। আৰু আজিৰ দিনটোৰ পৰাই গুৱাহাটী মহানগৰীত খোলা হ’ব Resturant সমূহ কিন্তু Resturant ত কোনা মানুহে বহি খাব নোৱাৰে, আৰু হোম ডেলিবেৰী হ’ব সকলো Resturant ৰ খাদ্য সামগ্ৰী।

Exit mobile version