অসম চৰকাৰৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ উদ্যোগত আয়োজিত এক তাতঁ শাল বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য।

আজিৰ দিনটোতে আয়োজিত হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ উদ্যোগত অসমৰ মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য উপস্থিত থাকি সাধাৰণ জনগণক শিল্প বিভাগৰ লগতে বস্ত্ৰ দান কৰে। আৰু পূব গুৱাহাটী বিধান সভাৰ সমিষ্ট নিয়োজিত এই সভাখনত তেওঁ কেইবাগৰাকীও প্ৰতিভাসম্পন্ন শিপিনীক,

বিনামূলীয়া তাতঁ শাল আৰু বয়ন কাৰ্যতো ব্যৱহৃত সামগ্ৰী প্ৰদান কৰে বুলি তেওঁ মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *