Site icon Assam Today

অসমৰ স্বাস্থ্য মন্ত্ৰী ডঁ হিমন্ত বিশ্ব শৰ্মা আৰু সতীৰ্থ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাই। পৰিদৰ্শনসকলৰ বাবে যাবতীয় সুবিধা ল’লে।

অসমৰ স্বাস্থ্য মন্ত্ৰী ডঁ হিমন্ত বিশ্ব শৰ্মা আৰু সতীৰ্থ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাই আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দতৰ সকলো পৰিদৰ্শককৰ কাৰনে সম্পূৰ্ণ যাৱতীয় স্বাস্থ্য পৰিক্ষাৰ ব্যবস্থা ল’লে বুলি মন্ত্ৰীয়ে মত্নব কৰিলে। আৰু  এই পৰিদৰ্শন কালতে Covid19 ৰোগীত আক্ৰান্ত হোৱা ৰোধ সুনিশ্চিত কৰাৰ অৰ্থে নিয়ন্ত্ৰণ তথা অন্যান্য বিষয়ৰ কাৰণেও ব্যৱস্থাৱলীও পুনৰীক্ষণ কৰিলেও বুলি মন্ত্ৰীয়ে মত্নব কৰিলে।

Exit mobile version