অন্যান্য দেশৰ তুলনাত ভাৰতত কৰোনা পৰিস্থিতি ভাল।

সমগ্ৰ ৰাজ্যখনতে কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত,এক ব্যাকুল পৰিস্থিতিৰ সৃষ্টি হয়। যাৰ ফলত ৰাজ্যখনত পুনৰ লকডাউনৰ সময় সীমা বৃদ্ধি কৰিলে।                                                 New DELHI-: সাধাৰণতে সমগ্ৰ দেশৰ ভিতৰতে ভাৰতবৰ্ষ চতুৰ্থ স্থানত কৰোনা পৰিস্থিতিত ভাৰত যুঁজ দি আছে। আৰু ভাৰতত, সমগ্ৰ দেশখনৰ পৰা কৰোনা ভাইৰাছ মহামাৰী ৰোগীৰ পৰিস্থিতি‌ ভাল বুলি ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰৰ এখন Pess conference Metting ত মন্তব্য কৰে। আৰু ভাৰতত আৰু অসমত বৰ্তমান সময়ত কৰোনো ৰোগীত আক্ৰান্ত হোৱা লোকসকলক যাতে অবহেলা নকৰে। আৰু নিজৰ কাম তথা বাহিৰলৈ প্ৰয়োজন হ’লে উলিয়াত মূখ মন্ডলৰ মাস্খ আৰু কৰোনা প্ৰতিৰোধী সামগ্ৰী ব্যৱহাৰ কৰে। বুলি মন্ত্ৰীয়ে মত্নব কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *